" তই প্ৰৱঞ্চনা কৰাৰ দুখত কান্দি থাকিম আজীৱন +
অৰবিন্দ ৰাজখোৱাৰ ম'বাইল নম্বৰ"

(কাব্য আৰু গল্পৰ একত্ৰ সংকলন)

কন্দর্পজিৎ কল্লোল

প্ৰথম প্ৰকাশঃ অক্টোবৰ, ২০০৮

কবিতাসমূহ:-

• মুখবধিৰ কবিতাৰ পেঙুৰা খোজ
• তাইক মই ভালপাব খুজিছিলোঁ
• তাই জিভাৰে চেলেকি আছে সূর্যৰ স্খলিত বীর্য
• গাহৰিৰ বীর্যৰ পৰা জন্মলাভ কৰা নৰকাসুৰৰ মই উত্তৰ পুৰুষ
• কনডম
• তই প্ৰৱঞ্চনা কৰাৰ দুখত কান্দি থাকিম আজীৱন
• মেঘৰ ঢেৰেকনিৰ তলত বহি চিঠি এখন লিখিবলে' বৰ মন গৈছে অ'
• দুঃস্বপ্ন
• ২৫ এপ্ৰিল
• বৰষুণ
• প্ৰেমৰ কবিতা
• সেইখন কাৰ হাত কাৰ হাত সেইখন
• চুম্বক
• ............................
• প্ৰেমিক বন্ধুহঁত আহা আমি প্ৰেমৰ নিষিদ্ধ ডায়েৰী উৰাই দিওঁ বতাহত
• মোৰ আয়ুস টুটিল
• আৰণ্যক কন্যা সমীপেষু
• দৃশ্য
• নীলিম আকাশ
• প্ৰণৱ কুমাৰ বর্মন সমীপেষু
• তোমাৰ বাবে
• প্ৰেমৰ সাম্ৰাজ্য
• বিষ্ণু প্ৰসাদ ৰাভা সমীপেষু
• হিজল
• বেলি লহিওৱাৰ পৰত আজি তোৰ প্ৰেমত পৰিলোঁ
• গোপন
• দেওবাৰৰ দুপৰীয়া
• নাম
• তেজীমলা
• সৰাপাত


গল্পসমূহ:-

• গল্পৰ সন্ধানত গল্প
• এডাল দিয়াচলাইৰ কাঠি
• বেশ্যা শাহু
• অৰবিন্দ ৰাজখোৱাৰ ম'বাইল নম্বৰ
• ৰহিম চাচাৰ চকুপানী
• সাপ
• বৰষুণে উটুৱাই লৈ গ'ল মোৰ অশ্ৰু
• ইউক্লিপটাছৰ তলত সৰাপাতৰ বীর্য
• কাঁচৰ প্ৰেমিক
• ছেক্স ভার্ছেচ্ ছুইচাইড ।


Insane